Posts

BEPRACTICALTHOUGHT#4

লক্ষ্য অবিহনে সফলতা কেতিয়াও কাম্য নহয় । লক্ষ্য সলনি হ'ৱ পাৰে , পৰিবৰ্তন হ'ৱ পাৰে , যিজনে নিজৰ লক্ষ্যকে বাদ দিয়ে সেইজন ব্যক্তি কেতিয়াও নিজৰ জীৱনত সফল হ'ৱ নোৱাৰে । 

BEPRACTICALTHOUGHT#3

নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোবা আৰু জীৱনটোক উদ্দেশ্যহীন কৰি তোলা একে কথা ।

BEPRACTICALTHOUGHT#2

সময়ৰ লগত খোজ মিলাবলৈ শিকা , আৱেগেৰে নহয় মস্তিষ্কৰে কাম কৰা, তোমাৰ পিছত বহুতো বিপদ আহিব তাক ভয়েৰে নহয় বুদ্ধিৰে ত্ৰাস কৰা
এটকাৰ মূল্য সেইজনেহে বুজি পায়, যিজনে এটকাৰ বাবে আনৰ আগত হাত পাতিব লগা হয় ।